HomeMy Corner মৌনতাই কথা ক'লে byDibakar Bordoloi -December 28, 2022 0 © দিবাকৰ বৰদলৈ মৌনতাই কথা ক'লে বুকুত উঠে বাসন্তী জোৱাৰ দুচকুত ফুলে ৰজনীগন্ধা দিনৰ সকলো ব্যস্ততা বিলীন হ'ব খোজে তোমাৰ ওঁঠত মৌনতাই কথা ক'লে ৰাতিটোৱে নিহপালী দিয়ে মুখৰিত হয় সৃষ্টিৰ কবিতা! Tags: My Corner Facebook Twitter