আজি কালি আমাৰ গলিত

© দিবাকৰ বৰদলৈ

আজি কালি আমাৰ গলিত
ভৰলু ভৰলু গোন্ধ!

আভিজাত্যৰ পকনীয়াত
উটি গ'ল
সাৰুৱা মাটিৰ শাৰদী সুবাস
কোনোবা অজান্তি মুলুকলৈ

মনবোৰো কোঙা হ'ল!

এতিয়া
উশাহে প্ৰতি
দুৰ্ভোগ !


আৰু কবিতা পঢ়ক-
ভাল ভাল বুলিও
মানুহ মাৰিবলৈ তেনেই সহজ

Post a Comment

Previous Post Next Post